সোমবাৰ, অক্টোবৰ 18, 2021
Homeঅসমৰ বাতৰিসকাহ!২০২২ৰ ৩১ মাৰ্চৰ ভিতৰত লিংক কৰিব পাৰিব আধাৰ-PAN কাৰ্ড।

সকাহ!২০২২ৰ ৩১ মাৰ্চৰ ভিতৰত লিংক কৰিব পাৰিব আধাৰ-PAN কাৰ্ড।

আধাৰ-পেন কাৰ্ডক লৈ ডাঙৰ খবৰ। যিসকলে এতিয়াও আধাৰ-PAN কাৰ্ড লিংক কৰা নাই সেইসকলে অধিক সময় লাভ কৰিব। আধাৰ-পেন কাৰ্ড লিংকৰ সময়সীমা ২০২২ৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰে শেষ সময়সীমা পুনৰ বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে অন্তিম দিন ধাৰ্য কৰিছিল ৩০ ছেপ্টেম্বৰ।
কিদৰে আধাৰৰ সৈতে PAN কাৰ্ড লিংক কৰিব?


SMS প্ৰেৰণ কৰি আধাৰৰ সৈতে লিংক কৰিব পাৰিব PAN কাৰ্ড


ফোনত UIDPAN টাইপ কৰি ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ টাইপ কৰক


স্পেচ দি লগতে টাইপ কৰক ১০টা সংখ্যাযুক্ত পেন নম্বৰ


567678 বা 56161 নম্বৰত প্ৰেৰণ কৰক SMS


অনলাইন প্ৰক্ৰিয়াৰেও পেন কাৰ্ডক আধাৰৰ সৈতে কৰিব পাৰিব লিংক


https://www.incometaxindiaefiling.gov.in/home লগ ইন কৰক


বাওঁফালে Link Aadhaar ক্লিক কৰক


PAN, আধাৰ নম্বৰ আৰু আধাৰত থকা আপোনাৰ নাম পূৰণ কৰক


তাৰ পিছত Captcha কোড প্ৰবিষ্ট কৰক আৰু লিংক আধাৰত ক্লিক কৰক

এটা নিশ্চিতকৰণ পৃষ্ঠা খুলিব য’ত দেখুৱাব যে সফলতাৰে আধাৰৰ সৈতে লিংক কৰা হৈছে PAN কাৰ্ড।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

asঅসমীয়া