সোমবাৰ, অক্টোবৰ 18, 2021
Homeঅসমৰ বাতৰিCorruption Complain: আপোনাৰ অঞ্চলত দুৰ্নীতি হৈছে নেকি? অভিযোগ দিয়ক এই নম্বৰত...

Corruption Complain: আপোনাৰ অঞ্চলত দুৰ্নীতি হৈছে নেকি? অভিযোগ দিয়ক এই নম্বৰত…

চৰকাৰী আঁচনি, কাৰ্যালয়ত দুৰ্নীতি হ’লে নিমাতে নাথাকিব। আপোনাৰ অধিকাৰৰ বাবে চৰকাৰে সহায় কৰিব আপোনাক। এতিয়াৰে পৰা ন্যায্যপ্ৰাপ্তিৰ বাবে থমকিব লগা হ’লে বিনামূলীয়া ফোন নম্বৰত অভিযোগ দিব পাৰিব। চৰকাৰী কাৰ্যালয়ত দুৰ্নীতি হ’লেই খবৰ দিয়ক কেইটামান বিশেষ নম্বৰত। ভুক্তভোগী লোকসকলে 03612462295 অথবা 18003453767 নম্বৰত ফোন কৰিব পাৰে।

ফেচবুক আৰু টুইটাৰৰ জৰিয়তেও দিব পাৰিব দুৰ্নীতিৰ গোচৰ। ফোন কৰি অথবা মেছেজ কৰি দিব পাৰিব অভিযোগ।

ই-মেইলযোগে adgp-vac@assampolice.gov.in অথবা complaints.vac@gmail.comতো অভিযোগ দিব পাৰিব।

WhatsAppৰ জৰিয়তেও অভিযোগ দাখিল কৰিব পাৰিব। 6026901243 নম্বৰত WhatsApp কৰিব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

asঅসমীয়া