শক্তিশালী উত্তৰ কোৰিয়া! পুনৰ পাৰমানৱিক অস্ত্ৰ পৰীক্ষা

0
346
Google search engine

উত্তৰ কোৰিয়াই পুনৰ বিশ্ববাসীক চমকিত কৰি তুলিলে। উত্তৰ কোৰিয়া কিমান শক্তিশালী তাকেই যেন প্ৰতিপন্ন কৰি বিচাৰিছে দেশখনে। শেহতীয়াকৈ উত্তৰ কোৰিয়াই জাগাং প্ৰদেশত নতুনকৈ বিকশিত হোৱাচং-৮ হাইপাৰচনিক মিছাইলৰ পৰীক্ষা চলায়।

এই মিছাইল পাৰমাণৱিক শক্তিৰে সজ্জিত বুলি অনুমান কৰা হৈছে। এই মিছাইলটো শেহতীয়াকৈ দেশখনৰ প্ৰতিৰক্ষা বিজ্ঞান একাডেমীৰ দ্বাৰা বিকশিত কৰা হৈছে। সঘনে পাৰমানৱিক মিছাইল পৰীক্ষণ কৰি উত্তৰ কোৰিয়াই নিজৰ শক্তিৰ ভাণ্ডাৰ শক্তিশালী কৰি তুলিছে আৰু দক্ষিণ কোৰিয়াৰ লগতে বিশ্বৰ অন্য ৰাষ্ট্ৰসমূহলৈ ভাবুকি কঢ়িয়াই আনিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here