Sunday, January 23, 2022
HomeEntertainmentMovieৰাজ কুন্দ্ৰাৰ বিতৰ্কৰ মাজতে শিল্পাৰ অনুৰোধ যাতে 'হাঙ্গামা ২'ৰ ক্ষতি নহয়

ৰাজ কুন্দ্ৰাৰ বিতৰ্কৰ মাজতে শিল্পাৰ অনুৰোধ যাতে ‘হাঙ্গামা ২’ৰ ক্ষতি নহয়

স্বামী ৰাজ কুন্দ্ৰা আৰক্ষীৰ জিম্মাত , ঘৰত অপৰাধ বিৰোধী শাখাৰ তালাচী, জেৰা, সকলো নেউচি শিল্পা চেট্টী বৰ্তমান ব্যস্ত ‘হাঙ্গামা ২’ৰ প্ৰচাৰত ।

Shilpa Shetty

‘হাঙ্গামা ২’ৰ মুক্তিৰ পিছত শিল্পাই ইনষ্টাগ্ৰামত আন এটা পোষ্ট কৰে। ছবিখনৰ পোষ্টাৰৰ সৈতে তেওঁ লিখিছিল, ‘মই যোগৰ পৰা শিকা শিক্ষাবোৰত বিশ্বাস কৰো। সেই পাঠত কোৱা হৈছে, ‘জীৱন কেৱল বৰ্তমান সময়তহে আছে’। তাৰ পিছতেই শিল্পাই নতুন ছবিখনক লৈ লিখে যে, ‘আমাৰ গোটেই দলটোৱে হাঙ্গামা ২ ৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিছে। এই ছবিখনৰ যাতে কোনো ক্ষতি নহয়, পৰিয়ালৰ সৈতে একেলগে হাঁহিবলৈ সকলোৱে এই ছবিখনলৈ অৰোধ জনালো।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish