Monday, October 18, 2021

Monthly Archives: October, 2020

অসমে ৰচিলে ইতিহাস, পৰীক্ষাৰ ফৰ্মত থকা লিংগ নিৰ্ণয়ত সংযোজন হ’ল ‘Transgender Option’

পু্ংলিংগ, স্ত্ৰী লিংগৰ দৰে তৃতীয় লিংগ লোকৰো আছে সমাজত জীয়াই থকাৰ একেই অধিকাৰ

১০ জনকৈ স্বামীয়ে নুকুলালে, ১১ নম্বৰ জনৰ সন্ধানত এগৰাকী মহিলা

মানুহে কি ভাবিব সেই কথা কেচীয়ে চিন্তা নকৰে৷ নিজৰ যোগ্য স্বামীজন বিচাৰি নোপোৱালৈকে তেওঁ থমকি নৰয়

২ নৱেম্বৰৰ পৰা খুলিব ৰাজ্যৰ বিদ্যালয়,মহাবিদ্যালয়, কি নিৰ্দেশনা চৰকাৰৰ?

প্ৰতিটো শ্ৰেণীৰ দুটাকৈ বেটছ থাকিব। অৱশ্যে শিক্ষাৰ্থীৰ সংখ্যা ২০ জনতকৈ কম হ’লে এটা বেটছেই হ’ব

৪ নৱেম্বৰত CAAৰ শুনানিৰ দিন ধার্য উচ্চতম ন্যায়ালয়ৰ

‘কা’ গোচৰৰ মূল আৱেদনকাৰী হৈছে ‘Indian Union Muslim League ’

আমাক মিঞা মিউজিয়াম লাগিবই,হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত মুছলমান লোকৰ

বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীৰ সমৰ্থনত বাঘবৰ সমষ্টিৰ মুছলমান লোকসকল ওলাই আহিছে

আল্লা হু আকবৰ ধ্বনি দি ৰাছিয়াৰ আৰক্ষী থানাত ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ

ফ্ৰান্সত এগৰাকী মহিলাক শিৰচ্ছেদ কৰাৰ লগতে দুজন লোকক হত্যা কৰাৰ পিছত এইবাৰ ৰাছিয়াত আৰম্ভ হৈছে ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণ

ৰাষ্ট্ৰীয় একতা দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ

লৌহ মানৱ ৰূপে খ্যাত চৰ্দাৰবল্লভ ভাই পেটেলৰ জন্মদিনতে পালন কৰা হয় এই ৰাষ্ট্ৰীয় একতা দিৱস

আকৌ লকডাউন!ৰাজপথত হঠাতে সৃষ্টি ৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যান-জঁট

ফ্ৰান্সত আৰম্ভ হৈছে ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ দ্বিতীয় ৱেভ

শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ কৰক বঙালী মিউজিয়াম-এই দাবী বঙালী বিধায়কৰ

এইবাৰ উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই উত্থাপন কৰিলে বঙালী মিউজিয়ামৰ কথা

SI কেলেংকাৰী গাপ দিবলৈ মিঞা মিউজিয়ামক টানি আনিছে বিজেপিয়েঃ নুৰুল হুদা

''সমাজৰ বহু জলন্ত সমস্যাক আওকাণ কৰি এনেধৰণৰ কামত অযথা সময় নষ্ট কৰি আছে বিজেপিয়ে''
- Advertisment -
Google search engine

Most Read

en_USEnglish