Monday, October 18, 2021

Monthly Archives: December, 2020

মাৰ্চৰ পৰা বন্ধ আছিল অসম ৰাজ্যিক চিৰিয়াখানা,আজি পুনৰ মুকলি

আজিৰে পৰা পুনৰ মুকলি হ'ল গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা। বহু জল্পনা-কল্পনাৰ অন্তত খোল খালে চিৰিয়াখানাখন৷ ক'ৰোনা কালৰ বাবে ১৭ মাৰ্চৰ পৰা চিৰিয়াখানা বন্ধ হৈ...

ক’ৰোনা কালতো উত্থান! এচিয়াৰ সবাতোকৈ ধনী ব্যক্তিৰ তালিকাৰ দ্বিতীয় স্থানত মুকেশ আম্বানী

ক’ৰোনা মহামাৰীৰ ফলত বহু উদ্যোগপতি ভীষণ লোকচানৰ সন্মুখীন হয়৷ কিন্তু এই দুৰ্যোগৰ সময়তো একাংশ উদ্যোগপতিৰ ব্যৱসায়ৰ উত্থান হয়৷এচিয়াৰ সবাতোকৈ ধনী লোকৰ তালিকাত প্ৰথমস্থান লাভ...

চুবুৰীয়া মহিলাৰ লগত প্ৰেম কৰিবলৈ এজনে বনালে গুপ্ত সুৰংগ! মহিলাৰ স্বামীয়ে হাতে-লোটে পেলালে ধৰা

এজন বিবাহিত পুৰুষৰ চুবুৰীয়া বিবাহিতা মহিলাৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিল৷ পত্নী থকাৰ পিছতো চুবুৰীয়া বিবাহিতা মহিলাগৰাকীক নেদেখিলে থাকিব নোৱাৰা হল তেওঁ৷ মহিলাগৰাকীৰ...

৭ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা, ধৰ্ষণকাৰীক মৃত্যুৰ ৰায়দান

এগৰাকী ৭ বছৰীয়া দলিত কন্যাক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিছিল এটা লম্পটে। সুদীৰ্ঘ ৬ মাহৰ অন্তত ন্যায় পালে পীড়িতাৰ পৰিয়ালে। এই ঘটনা তামিলনাডুৰ। ঘটনা...

আজিৰে পৰা অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা

দীৰ্ঘদিনৰ জল্পনা কল্পনাৰ অন্তত আজিৰে পৰা অৰ্থাৎ ৩০ ডিচেম্বৰৰ পৰা চান্দমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হৈছে অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা। ৩০...

প্ৰতিবাদকাৰী কৃষকৰ সুবিধাৰ্থে অৰবিন্দ কেজৰিৱালৰ বিনামূলীয়া WiFi প্ৰদান

কৃষক বিদ্ৰোহৰ জুই এতিয়াও জ্বলি আছে। দিল্লীৰ সিংঘু সীমান্তত আন্দোলন কৰি থকা কৃষকসকলৰ সুবিধাৰ বাবে আগবাঢ়ি আহিছে কেজৰিৱাল চৰকাৰ।প্ৰতিবাদকাৰী কৃষকৰ সুবিধাৰ্থে সিংঘু সীমান্তত অৰবিন্দ...

নাক ধুনীয়া কৰিবলৈ গৈ দুয়োখন ভৰি হেৰুৱালে যুৱতীয়ে

নিজৰ নাকটো ধুনীয়া কৰিবলৈ গৈ দুয়োখন ভৰি হেৰুৱালে এগৰাকী যুৱতীয়ে। এই ঘটনা সংঘটিত হৈছে ইষ্টানবুলত। ২৫ বৰ্ষীয় চেবিংক কেকলিক নামৰ এগৰাকী যুৱতীৰ লগত এই...

বিপদতে বিপদ! ভাৰতৰ ৬জনৰ দেহত নতুন ক’ৰোনাৰ সংক্ৰমণ

অৱশেষত ভাৰতত প্ৰৱেশ কৰিলে নতুন ক’ৰোনা ভাইৰাছে। বৃটেইনৰ পৰা ভাৰতলৈ উভতা ৬গৰাকী লোকৰ দেহত ধৰা পৰিছে নতুন ক’ৰোনাৰ অৱস্থিতি। এই লোককেইগৰাকী বেংগালুৰু, হায়দৰাবাদ আৰু...

কোভিড প্ৰট’কলত অতীষ্ঠ! চলন্ত মেট্ৰ’ত চুমা খাই প্ৰতিবাদ সাৱ্যস্ত প্ৰেমিক-প্ৰেমিকাৰ

বিশ্বত ক’ৰোনা মহামাৰীৰ আতংক এতিয়াও মাৰ যোৱা নাই৷ কিছুমান দেশত পুনৰ কঠোৰভাৱে বলৱৎ কৰা হৈছে কোভিড প্ৰট’কল। কঠোৰ কোভিড প্ৰট’কলে যেন অতীষ্ঠ কৰি তুলিছে...

ঝাৰখণ্ডত বাক্সাৰ চিআৰপিএফ জোৱানৰ ৰহস্যজনক মৃত্যু

ঝাৰখণ্ডৰ ৰাঁচীত কৰ্তব্যৰত অৱস্থাতে ৰহস্যজনকভাবে মৃত্যু হয় বাক্সাৰ শালবাৰীৰ ডুবাগাঁৱৰ এজন চিআৰপিএফ জোৱানৰ৷ৰাঁচীত কৰ্মৰত চিআৰপিএফৰ ১৩৩ নং বেটেলিয়নৰ জোৱানজনৰ নাম প্ৰবীন মুছাহাৰী৷ পিতৃ প্ৰয়াত...
- Advertisment -
Google search engine

Most Read

en_USEnglish