Monday, October 18, 2021

Monthly Archives: January, 2021

আকৰ্ষণীয় ঈগলু কেফেত গ্ৰাহকৰ ভিৰ…

আপোনালোকে বাৰু ঈগলুৰ আৰ্হিত নিৰ্মিত বৰফৰ কেফে দেখিছেনে?ভাৰততো নিৰ্মাণ কৰা হৈছে এই বিশেষ কেফেৰ।কাশ্মীৰৰ গুলমাৰ্গ অঞ্চলেত 'ক'লাহৈ গ্ৰীণ গ্ৰুপ অৱ হোটেল এণ্ড মেনেজমেন্টে' মুকলি...

এইবাৰ ইন্দিৰা গান্ধী হ’ব কংগনা !

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট এইবাৰ হব ইন্দিৰা গান্ধী৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰ ৰূপায়ন কৰিব কংগনাই।কংগনাই ইন্দিৰা গান্ধীৰ চৰিত্ৰ ৰূপয়ন কৰিবলগীয়া চলচ্চিত্ৰখনৰ...

আমেৰিকাত জাতিৰ পিতাৰ প্ৰতিমূৰ্তি ধ্বংস কৰিলে দুষ্কৃতিকাৰীয়ে..

জাতিৰ পিতাৰ প্ৰতিমূৰ্তিক অপমান,সহ্য নকৰে ভাৰতীয়ই।কেলিফ'ৰ্নিয়াৰ ডেভিছ চহৰত জাতিৰ পিতাৰ এটি প্ৰতিমূৰ্তি ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ'ৰ্নিয়াত থকা...

২০২১ চনৰ অস্কাৰৰ বাবে মনোনীত তামিল ছবি ‘ছুৰাৰায় পট্ৰু’

সংস্কৃতিপ্ৰেমীলৈ এক সুখবৰ। ২০২১ চনৰ অস্কাৰৰ বাবে মনোনীত হৈছে তামিল ছবি 'ছুৰাৰায় পট্ৰু'। সুধা কে প্ৰসাদে পৰিচালনা কৰা ছবিখনত তামিলৰ জনপ্ৰিয় অভিনেতা সূৰ্যই অভিনয়...

চিনেমা হলত উপস্থিত থাকিব পাৰিব ১০০ শতাংশ দৰ্শক

ক'ৰোনা ভেকচিনৰ সমান্তৰালকৈ দেশত এতিয়া ক্ৰমাত্ হ্ৰাস পাবলৈ লৈছে ক'ৰোনা আক্ৰান্তৰ সংখ্যা । যাৰ পৰিপ্ৰেক্ষিততে চৰকাৰেও শিথিল কৰিবলৈ লৈছে ক'ভিড প্ৰটকল । কাইলৈৰ পৰা দেশৰ...

গঁড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱালে বনকৰ্মীয়ে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিছে গঁড়ৰ তাণ্ডৱ।গঁড়ে প্ৰাণ কাঢ়িলে এজনৰ।শনিবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাঘ সংৰক্ষণ এলেকাত গঁড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱায় এজন বনবিভাগৰ কৰ্মীয়ে। শনিবাৰে নিশাৰ...

অতি শীঘ্ৰে নগাঁৱত মুকলি হ’ব বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ

অসমবাসীলৈ সুখবৰ। চলিত বৰ্ষতে মুকলি হ’ব নগাঁৱত নিৰ্মাণ কৰি থকা বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ । মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন্দিৰটো মুকলি...

কণীৰ বগা অংশ খাওক আৰু সুস্বাস্থ্যৰ গৰাকী হওক

কণী খাই সকলোৱে ভাল পায়। কণীয়ে বহুতৰে খাদ্য তালিকাত প্ৰিয় খাদ্য হিচাপে স্থান পাই আহিছে। কণী প্ৰ’টিনৰ প্ৰধান উৎস। কণীৰ বগা অংশ ভিটামিন বি-ৰে...

৩০০ কোটি বাজেটেৰে নিৰ্মাণ হ’ব ৰামায়ণ! ৰাম-সীতাৰ চৰিত্ৰত থাকিব হৃত্বিক-দীপিকা

বলীউডৰ ৰূপালী পৰ্দাত এইবাৰ জিলিকি উঠিব ৰামায়ণ। নিৰ্মাণ হবলগীয়া এই ছবিখনৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হৈছে ৩০০ কোটি টকা। ৰাম আৰু সীতাৰ চৰিত্ৰত অভিনয়...

মিনট্ৰাৰ ল’গ’ দেখাত উলংগ নাৰীৰ দৰে!মহিলাই তৰিলে গোচৰ,তাৰপিছত?

মিনট্ৰাৰ পৰা কাপোৰ ক্ৰয় কৰাৰ অভিজ্ঞতা আমাৰ সকলোৰে আছে।ভাৰতৰ আগশাৰীৰ শ্বপিং এপ মিনট্ৰাৰ পৰা বিভিন্ন সা-সামগ্ৰী কিনি দৈনন্দিন জীৱনত আমি বহুতেই ব্যৱহাৰ কৰিছো।কিন্তু সলনি...
- Advertisment -
Google search engine

Most Read

en_USEnglish