Monday, October 18, 2021

Monthly Archives: July, 2021

প্ৰধানমন্ত্ৰী মোদীক কুকুৰ সজাই আৰক্ষীৰ জালত কংগ্ৰেছ IT চেলৰ যুৱক।

ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰোঁতে সাৱধান! ছচিয়েল মিডিয়াৰ অপপ্ৰয়োগ কৰিলে বিপদত পৰিব পাৰে আপুনি। খাবলগীয়া হ'ব পাৰে জেলৰ ভাত। সন্মুখীন হব' পাৰে কঠোৰ শাস্তিৰ। তেনে...

মিজোৰামত বৃহৎ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰৰ ঠিক পিছতেই আক্ৰমণ কৰা হৈছিল অসম আৰক্ষীক!

মিজোৰামত বিস্ফোৰক পুনৰুদ্ধাৰ গোচৰৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency) ৷ শেহতীয়াকৈ অসম ৰাইফলছে মিজোৰামত ২২ জুনত দুজন লোকক আটক...

লভলীনাই অলিম্পিকৰ প্ৰস্তুতি চলোৱাৰ সময়তেই বৃক্ক সলনি কৰিবলৈ কলকাতাত আছিল মাতৃ…

অলিম্পিকত পদক নিশ্চিত হোৱা অসম জীয়াৰী বৰপথাৰৰ লভলীনাৰ পিতৃ-মাতৃয়ে হয়তু ভৱাইয়ে নাছিল ডাঙৰ হৈ অলিম্পিকৰ পদক আনিব কন্যাই।লভলীনাই শুকুৰবাৰে চীনা টাইপেইৰ চেন নিন-চিনক ৪-১...

দাবী উঠিছে পাঁচখন বনাঞ্চলক সংৰক্ষিত বনাঞ্চললৈ উন্নীতকৰণৰ, কোনকেইটা অঞ্চল জানেনে?

পাঁচখন বনাঞ্চলক সংৰক্ষিত বনাঞ্চললৈ উন্নীতকৰণৰ দাবী উত্থাপন হৈছে। পাঁচখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰিক্ষত বনাঞ্চললৈ উন্নীতকৰণৰ দাবী উঠিছে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে থকা শালেকী,...

মেট্ৰিকৰ ফলাফলক লৈ অসন্তুষ্ট নেকি? অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে পুনৰ বহিব পাৰিব পৰীক্ষাত। কেনেকৈ কৰিব লাগিব আবেদন?

শুকুৰবাৰে ঘোষণা কৰা হৈছিল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ক'ভিডকালীন জটিলতাৰ বাবে বাতিল কৰা হৈছিল লিখিত পৰীক্ষা।তাৰ পৰিৱৰ্তে বিশেষ মূল্যায়নৰ ভিত্তিত ঘোষণা...

টকিঅ’ অলিম্পিকঃ আছে কেইবাটাও ভাল খবৰ…

টকিঅ' অলিম্পিকত আজি মিশ্ৰিত প্ৰদৰ্শন ভাৰতৰ। এথলেটিকছ ইভেণ্টৰ পৰা আহিল প্ৰথমটো ভাল খবৰ। ডিছকাছ থ্ৰ' প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ কমলপ্ৰীত কৌৰে। কোৱালিফিকেচন ৰাউণ্ডত...

সীমা বিবাদ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ মিজোৰামৰ

সীমা বিবাদক লৈ তুংগত উঠিছে অসম-মিজোৰামৰ ৰাজনৈতিক যুদ্ধ। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে মিজোৰাম আৰক্ষীয়ে। হত্যাৰ চেষ্টা, অপৰাধমূলক ষড়যন্ত্ৰ ৰচনাৰ...

ঘোষণা হ’ল HSৰ ফলাফল, কোন জিলাত সৰ্বাধিক উত্তীৰ্ণ? কোন জিলাৰ ফলাফল সৰ্বনিম্ন?

ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। ক'ভিডৰ বাবে এইবছৰ লিখিত পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল। তাৰ পৰিৱৰ্তে বিশেষ মূল্যায়নৰ ভিত্তিত নিৰ্ণয় কৰা হৈছে...

গেৰুৱা হ’বলৈ সাজু সুশান্ত, আজি এৰিব কংগ্ৰেছৰ বিধায়কৰ পদ…

দিল্লীৰ নেতাই সঠিকভাৱে কাম কৰিলেহে তৃণমূল কৰ্মীৰ আস্থা বৃদ্ধি পায়। কেন্দ্ৰীয় নেতৃত্বৰ দুৰ্বলতাৰ বাবে আজি ৰাইজৰ আস্থা হেৰুৱাইছে বুলি দলত্যাগৰ পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে...

১ ছেপ্টেম্বৰত খুলিব শিক্ষানুষ্ঠান, কি ক’লে শিক্ষা মন্ত্ৰীয়ে? কলেজ-বিশ্ববিদ্যালয়ক লৈ কি সিদ্ধান্ত?

অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় খোলাৰ অনুমতি। পহিলা ছেপ্টেম্বৰৰ পৰা খুলিব পাৰিব শিক্ষানুষ্ঠান। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ হ'ব পাঠদান। ৰাজ্যৰ শিক্ষা...
- Advertisment -
Google search engine

Most Read

en_USEnglish