Sunday, January 23, 2022

Monthly Archives: October, 2021

ত্ৰিপুৰাত দুৰ্বল আইন-শৃংখলা পৰিস্থিতিৰ বাবে চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত তৃণমূল কংগ্ৰেছ

ত্ৰিপুৰাত এজনৰ পিছত আনটো দলৰ নেতাৰ ওপৰত হোৱা আক্ৰমণক লৈ তৃণমূল কংগ্ৰেছে বিপ্লব দেৱ চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। তৃণমূলৰ সাংসদ সুস্মিতা দেৱে...

পখিকুলৰ ওপৰত জীৱ শ্ৰেষ্ঠৰ তাণ্ডৱ । মাংসৰ বাবে বগলী নিধনৰ চেষ্টা একাংশৰ

দক্ষিণ কামৰূপৰ ছাটাবাৰীত বগলী সৰবৰাহ: শস্যৰ পথাৰত ফান্দ পাতি বগলী ধৰে:দুজন পক্ষী সৰবৰাহকাৰী আটক: বাৰটা বগলী উদ্ধাৰ পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ অধীনৰ ছাটাবাৰী...

বিশ্বৰ সবাতোকৈ ওখ মন্দিৰটোৰ বিষয়ে জানেনে?

বিশ্বৰ আটাইতকৈ ওখ মন্দিৰটো আছে ভাৰতত। মথুৰাৰ বৃন্দাবনত নিৰ্মাণ হৈ আছে বিশ্বৰ সবাতোকৈ ওখ মন্দিৰটো। প্ৰায় ৭০০ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰি থকা...

Addhar Card: পঞ্জীয়ন নথকা মোবাইল ফোনতো ডাউনলোড কৰিব পাৰিব আধাৰ, কিদৰে কৰিব ডাউনলোড?

পঞ্জীয়ন নথকা মোবাইলযোগেও ডাউনলোড কৰিব পাৰিব আধাৰ কাৰ্ড। পঞ্জীকৃত মোবাইল নম্বৰ অবিহনে কি দৰে কৰিব ডাউনলোড? পূৰ্বে পঞ্জীকৃত মোবাইল নম্বৰ থকাটো বাধ্যতামূলক আছিল যদিও...

Covaxin: অহা সপ্তাহত ক’ভাক্সিনে WHO ৰ স্বীকৃতী পোৱাৰ সম্ভাৱনা

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞ সমিতিয়ে ভাৰতত প্ৰস্তুত কৰা প্ৰথম ক'ৰোনা ভেকছিন ক'ভাক্সিন অনুমোদন সন্দৰ্ভত পুনৰ কিছুমান নথি পত্ৰ প্ৰেৰণ কৰিছে। যাক লৈ ইতিমধ্যে প্ৰশ্ন...

সকাহ!২০২২ৰ ৩১ মাৰ্চৰ ভিতৰত লিংক কৰিব পাৰিব আধাৰ-PAN কাৰ্ড।

আধাৰ-পেন কাৰ্ডক লৈ ডাঙৰ খবৰ। যিসকলে এতিয়াও আধাৰ-PAN কাৰ্ড লিংক কৰা নাই সেইসকলে অধিক সময় লাভ কৰিব। আধাৰ-পেন কাৰ্ড লিংকৰ সময়সীমা ২০২২ৰ ৩১ মাৰ্চলৈ...

Corruption Complain: আপোনাৰ অঞ্চলত দুৰ্নীতি হৈছে নেকি? অভিযোগ দিয়ক এই নম্বৰত…

চৰকাৰী আঁচনি, কাৰ্যালয়ত দুৰ্নীতি হ'লে নিমাতে নাথাকিব। আপোনাৰ অধিকাৰৰ বাবে চৰকাৰে সহায় কৰিব আপোনাক। এতিয়াৰে পৰা ন্যায্যপ্ৰাপ্তিৰ বাবে থমকিব লগা হ'লে বিনামূলীয়া ফোন নম্বৰত...

চিৰকাললৈ বন্ধ হ’ব কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰ, শিলচৰ দূৰদৰ্শন কেন্দ্ৰলৈও জাননী!

চিৰকাললৈ বন্ধ হ'ব দূৰদৰ্শন কেন্দ্ৰ কোকৰাঝাৰ। কোকৰাঝাৰৰ লগতে শিলচৰ দূৰদৰ্শন কেন্দ্ৰও বন্ধ কৰিব চৰকাৰে। অসমৰ দুটা দূৰদৰ্শন কেন্দ্ৰৰ লগতে দেশৰ প্ৰায় ৫০০ দূৰদৰ্শন কেন্দ্ৰ...

Bangladesh: অনুষ্ঠানৰ মাজত বিজ্ঞাপন দিব নোৱাৰিব! বন্ধ কৰি দিলে কেইবাটাও চেনেল

অনুষ্ঠান চলি থকাৰ মাজত বিজ্ঞাপন চলোৱাৰ বাবেই বন্ধ কৰি দিলে কেইবাটাও চেনেল। বিজ্ঞাপনৰ বাবে দৰ্শকে অসুবিধা পোৱা বুলি অভিযোগ উত্থাপন কৰিছিল। অনুষ্ঠানৰ মাজত বিজ্ঞাপন...
- Advertisment -
Google search engine

Most Read

en_USEnglish