Monday, October 18, 2021
HomeNationalকেৱল এইসমূহ স্থানতে উৰুৱাব পাৰিব ড্ৰন!

কেৱল এইসমূহ স্থানতে উৰুৱাব পাৰিব ড্ৰন!

যিকোনো স্থানত উৰুৱাব নোৱাৰিব ড্ৰন। দেশত ড্ৰনৰ বাবে মুকলি কৰিব এয়াৰস্পেচ মেপ। ড্ৰন ব্যৱহাৰকাৰীসকলৰ সহায়ৰ বাবে চৰকাৰে মুকলি কৰিব ইণ্টাৰ এক্টিভ এয়াৰস্পেচ মেপ। দুদিনৰ ভিতৰত এই এয়াৰস্পেচ মেপ চৰকাৰে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে মুকলি কৰিব বিচাৰিছে। এই মেপ হালধীয়া, ৰঙা আৰু সেউজীয়া জনত বিভক্ত হব। ইয়াৰ ফলত কোন কোন স্থানত ড্ৰন উৰুৱাব পাৰিব আৰু কোন কোন স্থানত ড্ৰন উৰণত নিষেধ বা বাৰণ কৰা হ’ব এই বিষয়ে সবিশেষ উল্লেখ থাকিব। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সদৰি কৰিছে এই কথা। কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ড্ৰনৰ বাবে নতুন নীতি ঘোষণা কৰিছিল চৰকাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish