Sunday, January 23, 2022
HomeRegionalহাইলাকান্দিত গুলীয়াগুলীৰ ঘটনা, বাইকেৰে ঘৰলৈ গৈ থকাৰ সময়তে গুলীয়ালে মাচুক আহমেদক

হাইলাকান্দিত গুলীয়াগুলীৰ ঘটনা, বাইকেৰে ঘৰলৈ গৈ থকাৰ সময়তে গুলীয়ালে মাচুক আহমেদক

বাইকেৰে ঘৰলৈ গৈ থকাৰ সময়তে গুলীয়ালে মাচুক আহমেদ বৰভূঞাক। হাইলাকান্দিত সংঘটিত হৈছে গুলীয়াগুলীৰ ঘটনা। বাইকত অহা তিনিজনীয়া দুৰ্বৃত্তৰ দল এটাৰ গুলীত আহত হয় মাচুক আহমেদ বৰভূঞা নামৰ এজন লোক। হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে মাচুক আহমেদে বাইকেৰে ঘৰলৈ গৈ থকাৰ সময়তে ৩জনীয়া দুৰ্বৃত্তৰ দলটোৱে গুলীয়াই সেই স্থানৰ পৰা পলায়ন কৰে। পিছত স্থানীয় লোক এজন আহত মাচুক আহমেদক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনাৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। নিশা সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish