Sunday, January 23, 2022
HomeRegional'ইউকেলিপ্তাছ', নতুন বৰ্ষত জুবিন গাৰ্গৰ আত্মজীৱনী

‘ইউকেলিপ্তাছ’, নতুন বৰ্ষত জুবিন গাৰ্গৰ আত্মজীৱনী

নৱবৰ্ষত ৰাজ্যবাসীলৈ কেইবাটাও নতুন উপহাৰ কঢ়িয়াই আনিছে কন্ঠ শিল্পী জুবিন গাৰ্গে।

নতুন বৰ্ষত নতুন পৰিকল্পনাৰ কথা প্ৰকাশ কৰিলে কণ্ঠশিল্পী গৰাকীয়ে-

জুবিন গাৰ্গে প্ৰকাশ কৰিব আত্মজীৱনী , নাম হ’ব ‘ইউকেলিপ্তাছ’। আত্মজীৱনীখনৰ এটি শ্ৰব্য সংকলনো প্ৰকাশ কৰাৰ কথা চিন্তা কৰিছে বুলি জানিবলৈ দিয়ে জুবিনে। আত্মজীৱনীত কোনোধৰণৰ গোপনীয়তা নাথাকিব বুলি মন্তব্য কৰে জুবিনে। অসমীয়া ভাষাৰ ওপৰিও ইংৰাজী ভাষাত অনুবাদ কৰা হ’ব জুবিন গাৰ্গ আত্মজীৱনী ‘ইউকেলিপ্তাছ’।

Zubeen

নতুন বৰ্ষত জুবিনে অসমবাসীক উপহাৰ দিব দুখনকৈ নতুন ছবি।
নৱবৰ্ষত সুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান কন্ঠশিল্পী গৰাকীৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish