Fumio Kishida: জাপানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত ফুমিও কিছিদা

0
150
japan pm
japan pm
Google search engine

জাপানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ফুমিও কিছিদা। প্ৰাক্তন বৈদেশিক মন্ত্ৰী ফুমিও কিছিদাই শাসনকাৰী দলৰ নেতৃত্বৰ নিৰ্বাচনত জয়লাভ কৰিছে আৰু পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে।

কিছিদাই প্ৰথম ৰাউণ্ডত দুগৰাকী মহিলা প্ৰাৰ্থী ছানে তাকাইচি আৰু চেইকো নোডাতকৈ আগবাঢ়ি যোৱাৰ পিছত টিকাকৰণ মন্ত্ৰী তাৰো কোন’ক পৰাস্ত কৰে।ফুমিও কিছিদা লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ নেতা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here