Monday, October 18, 2021
HomeWorldসোণেৰে ভৰ্তি উল্কাপিণ্ড!এটা সৰু টুকুৰাৰ মূল্য কেইবা কোটি!

সোণেৰে ভৰ্তি উল্কাপিণ্ড!এটা সৰু টুকুৰাৰ মূল্য কেইবা কোটি!

সোণেৰে ভৰ্তি উল্কাপিণ্ড! এটা সৰু টুকুৰাৰ মূল্য কেইবা কোটিতকৈও অধিক

আমাৰ সৌৰজগতত আছে এই ১২৪ মাইল বহল উল্কাপিণ্ড

এই উল্কাপিণ্ডটোৰ নাম হৈছে ‘GOLDMINE ASTEROID’

নাছাই এই উল্কাপিণ্ডটোৰ নাম দিছে ‘Psyche 16 asteroid’

Psyche 16 asteroid

এই উল্কাপিণ্ডটোৰ মূল্য ১০,০০০ কোৱাড্ৰিলিয়ন ডলাৰ

এক কোৱাড্ৰিলিয়নৰ পিছত থাকে ১৫টা শূন্য

এই উল্কাপিণ্ডবোৰ বহুতো মূল্যৱান ধাতুৰে পৰিপূৰ্ণ

ইয়াত সোণৰ লগতে আছে ৰূপ, লো আৰু নিকল

Psyche 16 asteroid

সূৰ্যৰ পৰিক্ৰমা কৰি থকা উল্কাপিণ্ডটো মংগল আৰু বৃহস্পতিগ্ৰহৰ মাজত বিদ্যমান

সোণেৰে ভৰ্তি উল্কাপিণ্ডটোৰ বাবে নাছাই আৰম্ভ কৰিছে নতুন অভিযান

২০২৬ চনৰ ভিতৰত উল্কাপিণ্ডটোলৈ যোৱা চেষ্টা চলাব নাছাই

১৮৫২ চনত প্ৰথমবাৰৰ বাবে ‘চাইকি ১৬’ আৱিষ্কাৰ কৰা হৈছিল

পৃথিৱীৰ পৰা ২০০ মিলিয়ন মাইল দূৰত আছে উল্কাপিণ্ডটো

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish