Monday, October 18, 2021
HomeRegionalHS Exam: অহা বছৰ কেতিয়া অনুষ্ঠিত হ'ব HS চূড়ান্ত বৰ্ষৰ পৰীক্ষা?

HS Exam: অহা বছৰ কেতিয়া অনুষ্ঠিত হ’ব HS চূড়ান্ত বৰ্ষৰ পৰীক্ষা?

অহা বছৰৰ HS চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময় ঘোষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ ২০২২ৰ পৰীক্ষা অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ’ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে অহা ১ নৱেম্বৰৰ পৰা পূৰণ কৰিব পাৰিব প্ৰ-পত্ৰ। ৩০ নৱেম্বৰৰ ভিতৰত অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।

২০২১ বৰ্ষত ক’ভিড পৰিস্থিতিৰ বাবে অফলাইন পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল। বিশেষ মূল্যায়নৰ ভিত্তিত ফলাফল ঘোষণা কৰিছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীৰ বাবে পুনৰ পৰীক্ষাৰ ব্যৱস্থাও কৰিছিল শিক্ষা বিভাগে। অহা বৰ্ষৰ পৰীক্ষাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি চলাইছে সম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish