Monday, October 18, 2021
HomeWorld৬.৮ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

৬.৮ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

হাইটিৰ পিছত এইবাৰ মেক্সিকোত বৃহৎ ভূমিকম্প। ভাৰতীয় সময় অনুসৰি পুৱা ৭.১৭ বজাত অনুভূত হয় জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৮। এই ভূমিকম্পৰ অভিকেন্দ্ৰ দক্ষিণ মেক্সিকোৰ গুৱেৰেৰো চহৰ।


ভূমিকম্পৰ লগে লগে ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ আতংকৰ। ইয়াৰ পূৰ্বে ২০১৭ চনত ৭ প্ৰাবল্যৰ ভূমিকম্পই মেক্সিকোত বিভীষিকাৰ সৃষ্টি কৰিছিল। ভূমিকম্পত।

মৃত্যু হৈছিল ৩৭০ জন। আহত হৈছিল ৬ সহস্ৰাধিক লোকৰ, গৃহহাৰা হৈছিল হাজাৰ হাজাৰ লোক। চুনামিৰ আশংকাত উচ্চ সতৰ্কতা জাৰি কৰিছে প্ৰশাসনে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish