কৃষক আন্দোলনক সমৰ্থন বহু নামী-দামী বলীউড তাৰকাৰ

0
152
Google search engine

দেশজুৰি এতিয়া কৃষক আন্দোলনে মূৰ ডাঙি উঠিছে। ভিন্ন দল সংগঠনৰ, ৰাজনৈতিক নেতা তথা সাধাৰণ জনতাৰ পৰা সকলোৱে কৃষি আইনৰ বিৰুদ্ধে থিয় দি কৃষক আন্দোলনলৈ সমৰ্থন জনাইছে। কৃষকৰ পক্ষত এইবাৰ থিয় দিছে বলীউড তাৰকা।

কৃষক আন্দোলনক পূৰ্ণ সমৰ্থন আগবঢ়াইছে প্ৰিয়ংকা চোপ্ৰা, প্ৰীতি জিন্টা, ছোনম কাপুৰ, ছনু চুডকে ধৰি তাপসী পন্নু, ৰীতেশ দেশমুখ, হনী সিং,ৰিচা চদ্দা, কপিল শৰ্মা আদিৰ দৰে নামী-দামী তাৰকাই। উল্লেখ্য যে, জনপ্ৰিয় গায়ক দিলজিত ডোছাঞ্জেও কৃষক আন্দোলনক সমৰ্থন জনাই ১ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here