ৰুষ্ট প্ৰকৃতি! বানত ১৩জনৰ মৃত্যু

0
334
Google search engine

প্ৰকৃতিৰ ৰোষত পৰিছে মহাৰাষ্ট্ৰ। ধাৰাসাৰ বৰষুণৰ কবলত পৰিছে মহাৰাষ্ট্ৰ। প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ লগতে ৰাজ্যখনত সৃষ্টি হৈছে বানপানীৰ। ৰাজ্যখনত সৃষ্টি হোৱা বানপানী আৰু ব্ৰজপাতৰ ফলত মাৰাঠৱাড়া অঞ্চলত ১৩ জনকৈ লোকৰ মৃত্যু হৈছে। বহুকেইটা ঘৰ এই বানত ক্ষতিগ্ৰস্ত হৈছে।

এই উদ্ধাৰ অভিযানৰ জৰিয়তে এতিয়ালৈকে ৫৬০ জনৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত ২০০ তকৈও অধিক জন্তু বানত উটি গৈছে। এই অঞ্চলত ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰৰ লগতে সাহায্যৰ বাবে এন ডি আৰ এফৰ দল নিয়োজিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here