পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলি জিন্নাহৰ প্ৰতিমূৰ্তি বোমাৰে উৰুৱালে বিদ্ৰোহী সংগঠনে

0
518
Google search engine

পাকিস্তানৰ বেলুচিস্তানত সংঘটিত হৈছে এক অঘটন। পাকিস্তানৰ প্ৰতিষ্ঠাতা মহম্মদ আলি জিন্নাহৰ প্ৰতিমূৰ্তি বোমাৰে উৰুৱাই দিয়ে এক বিদ্ৰোহী সংগঠনে। পাকিস্তানৰ বিদ্ৰোহী সংগঠন বলুচ লিবাৰেচন ফন্টে এই আক্ৰমণ কৰা বুলি স্বীকাৰ কৰিছে।

প্ৰথমে মূৰ্তিটোৰ তলত বোমা ৰখা হয় আৰু পিছত বোমাৰে উৰুৱাই দিয়া হয়। এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে মহম্মদ আলি জিন্নাহৰ প্ৰতিমূৰ্তিটো সম্পূৰ্ণ চূৰ্ণ বিচূৰ্ণ হৈ যায়। চলিত মাহৰ জুনত মেৰিন ড্ৰাইভত এই প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছিল। এই ঘটনাই দুখ দিছে পাকিস্তানবাসীক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here