Monday, October 18, 2021
HomeRegionalRopax service: আজিৰে পৰা ধুবুৰীৰ পৰা দক্ষিণ শালমৰা-মানকাচৰলৈ আৰম্ভ হ'ল ৰ'পেক্স সেৱা

Ropax service: আজিৰে পৰা ধুবুৰীৰ পৰা দক্ষিণ শালমৰা-মানকাচৰলৈ আৰম্ভ হ’ল ৰ’পেক্স সেৱা

ধুবুৰীৰ বাবে জনতাৰ বাবে ভাল খবৰ। আজিৰে পৰা আৰম্ভ হ’ল ৰ’পেক্স সেৱা। ধুবুৰীৰ পৰা দক্ষিণ শালমৰা-মানকাচৰলৈ চলিল ৰ’পেক্স সেৱা। এতিয়াৰে পৰা ধুবুৰী আৰু দক্ষিণ শালমৰাৰ মাজত নিয়মীয়াকৈ চলিব ৰ’পেক্স। আন্তঃ জিলা যাতায়াত বন্ধ থকাৰ বাবে আৰম্ভ হোৱা নাছিল এই ৰ’পেক্স সেৱা। মাজুলীৰ শোকাৱহ নাও দুৰ্ঘটনাৰ পিছতে তৎপৰতা ধুবুৰী প্ৰশাসনৰ। জিলা উপায়ুক্ত আন্বামাথুন এম পিয়ে সকলোকে ক’ভিড বিধি মানি সাৱধানতাৰে যাতায়াত কৰাৰ আহ্বান।

ৰ’পেক্স সেৱা মুকলিৰ লগে লগে দীৰ্ঘদিনীয়া এক যাতায়াত সমস্যাৰ সকাহ পাব দক্ষিণ শালমৰা-মানকাচৰৰ জনতাই। কম সময়তে যাত্ৰাৰ লগতে ৰ’পেক্স সেৱাই বহু সময় ৰাহি কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish