“দেশৰ এক এক ইঞ্চি মাটি ৰক্ষা কৰাৰ ক্ষেত্ৰত মোদী চৰকাৰ সম্পূৰ্ণ সজাগ”

''আমাৰ মাটিৰ ওপৰত কোনোৱে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে''

1
227
Google search engine

চীন আৰু ভাৰতৰ ভূমি বিবাদ এতিয়াও অব্যাহত আছে। লাডাখৰ ভাৰত-চীন সীমান্তত ভাৰতৰ ভূমিত চীনৰ অগ্ৰাসনক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ক’লে-”দেশৰ এক এক ইঞ্চি মাটি ৰক্ষা কৰাৰ ক্ষেত্ৰত মোদী চৰকাৰ সম্পূৰ্ণ সজাগ। ভাৰতৰ মাটিত কোনোৱে প্ৰৱেশ কৰিব নোৱাৰে। আমাৰ মাটিৰ ওপৰত কোনোৱে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে। দেশক সুৰক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।”

ইয়াৰ লগতে অমিত শ্বাহে কয় যে- চীনৰ কিছু কামৰ সৈতে মোকাবিলা কৰিবলৈ লাডাখত সেনা আৰু কুটনৈতিক কাম কাজ অব্যাহত আছে। ভাৰতৰ মাটি বচাবলৈ ভাৰত প্ৰতিৰক্ষা বল সষ্টম হোৱাৰ লগতে সকলোৰে মাজত একতা ৰখাটো জৰুৰী।”

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here